পোলেণ্ডৰ আকাশসীমা উলংঘনৰ অভিযোগ, ৰাছিয়াক দোষাৰোপ

Public Talks
0


ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে পোলেণ্ডৰ আকাশসীমাত ৰাছিয়াৰ দুটা ক্ষেপণাস্ত্ৰ আৰু এখন ড্ৰ’ন প্ৰৱেশ কৰি দেশখনত পৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে। পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে ঘটনাটোক ৰাছিয়াৰ ইচ্ছাকৃত উচটনি বুলি অভিহিত কৰিছে। নাটো (NATO)-ৱেও ঘটনাটোক গুৰুতৰ আকাশসীমা উলংঘন বুলি উল্লেখ কৰিছে।

Post a Comment

0Comments

Post a Comment (0)