বকিয়ালত বন্যহস্তীৰ ডিঙিত প্ৰকাণ্ড টায়াৰ

Public Talks
0



মৰঙী, ১০ ছেপ্টেম্বৰঃ মৰঙীৰ বকিয়ালত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই থকা অৱস্থাত এটা বন্যহস্তীয়ে আতংকিত হৈ বিচৰণ কৰি আছে। হাতীটোৰ ডিঙিৰ পৰা টায়াৰটো সুকলমে আঁতৰাবলৈ বনবিভাগৰ সৈতে যোগাযোগ কৰা হৈছে। ইফালে, হাতীটোৰ ওচৰে-পাজৰে হৈ-চৈ নকৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)