দেশত প্ৰায় ৫৬% বাহনৰ বৈধ ইঞ্চুৰেন্স নথকাৰ পৰিপ্ৰেক্ষিতত পথ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰক 'No Insurance, No Fuel' নীতি পাইলট প্ৰকল্প হিচাপে ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ন্যায়ালয়ে কয়, বৈধ ইঞ্চুৰেন্সবিহীন বাহন ৰাজপথত চলাচল কৰাটো পথ সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান, সেয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন।
উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, No Insurance, No Fuel
Friday, August 07, 2026
0

Tags