IIM গুৱাহাটীলৈ স্থায়ী চৌহদ, ভূমি আবণ্টনত কেবিনেটৰ সেউজ সংকেত...

Public Talks
0

 


  • IIM গুৱাহাটীলৈ স্থায়ী চৌহদ, ভূমি আবণ্টনত কেবিনেটৰ সেউজ সংকেত
  • উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ডাঙৰ পদক্ষেপ। IIM গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ভূমি আবণ্টন আৰু হস্তান্তৰত কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ৰাজ্যত উচ্চ শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী হোৱাৰ পথ প্ৰশস্ত হ’ব।

    Tags

    Post a Comment

    0Comments

    Post a Comment (0)