গণেশগুৰি উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা...

Public Talks
0

 


🚨 ১. গণেশগুৰি উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

অচিনাক্ত বাহনৰ খুন্দাত দুজন গুৰুতৰভাৱে আহত

গুৱাহাটীৰ গণেশগুৰি উৰণ সেতুত ১৮ আগষ্টৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইকক অচিনাক্ত বাহনে খুন্দা মাৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্ঘটনাটোত বাইকখনত থকা দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। আহত দুয়োজনক দিছপুৰ আৰক্ষীৰ সহযোগত GMCHলৈ প্ৰেৰণ কৰা হয়। পলায়ন কৰা বাহনখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 

Post a Comment

0Comments

Post a Comment (0)