‘গালি দি থাকক, মই কাম কৰি যাম’, ‘সমালোচনাই সাহায্য পুঁজিলৈ ১০০ কোটি টকা আনিছে’—মুখ্যমন্ত্ৰী

Public Talks
0



গুৱাহাটী: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ আৰ্থিক সাহায্যক লৈ একাংশই কৰা সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “মোক যিমানেই গালি পাৰিব, সিমানেই মই সোণৰ দৰে জিলিকিম। মোক গালি নপৰাহেঁতেন সাহায্য পুঁজিত ১০০ কোটি টকা জমা নহ'লহেঁতেন।” তেওঁ সমালোচকসকলক হাতযোৰ কৰি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “আপোনালোকে গালি দি থাকক, মই কাম কৰি গৈ থাকিম।”

Tags

Post a Comment

0Comments

Post a Comment (0)