গুৱাহাটী, অসমৰ বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে কণ্ঠশিল্পী দীপলিনা ডেকাই এতিয়ালৈ ৩৬,২৩,৮১৬ টকা সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ঝাৰখণ্ডৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰয়ান কেলভিনে সংগ্ৰহ কৰি দিছে ২৯ লাখ টকা, আনহাতে দীপলিনা ডেকা ফাউণ্ডেশ্যনে সংগ্ৰহ কৰিছে ৭,২৩,৮১৬ টকা। এই সাহায্যৰ জৰিয়তে ১০০টা বানাক্ৰান্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
বানাক্ৰান্তৰ কাষত দীপলিনা ডেকা ১০০ বানাক্ৰান্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণৰ লক্ষ্য...
Friday, August 07, 2026
0

Tags