গুৱাহাটী: বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহত ১০ আগষ্টৰ পৰা পুনৰ পাঠদান আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। যিসমূহ বিদ্যালয়ত বানৰ বাবে পাঠদান সম্ভৱ নহয়, সেই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়ত সাময়িকভাৱে পাঠদান অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ্থ জীৱনত যাতে ব্যাঘাত নঘটে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বানৰ মাজতো শিক্ষা বন্ধ নহয়, ১০ আগষ্টৰ পৰা ক্লাছ আৰম্ভ
Friday, August 07, 2026
0

Tags