কৌশিক ৰায়ৰ ডাঙৰ ঘোষণা ছেপ্টেম্বৰত পাব ডুপ্লিকেট ৰেচন কাৰ্ড ১০ আগষ্টৰ পৰা বানপীড়িতলৈ চেনি-দাইল বিতৰণ

Public Talks
0

 


শিৱসাগৰ, ৬ আগষ্ট:
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰি খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায়ে বানপীড়িতসকলৰ বাবে একাধিক ঘোষণা কৰে। তেওঁ জানিবলৈ দিয়ে যে ছেপ্টেম্বৰৰ ভিতৰত বানত ক্ষতিগ্ৰস্তসকলক ডুপ্লিকেট ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। লগতে ১০ আগষ্টৰ পৰা বানপীড়িত পৰিয়ালসমূহৰ মাজত চেনি আৰু দাইল বিতৰণ আৰম্ভ কৰা হ'ব।

Tags

Post a Comment

0Comments

Post a Comment (0)