ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত হস্ততাঁতৰ প্ৰচাৰৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ...

Public Talks
0

 


নতুন দিল্লী, ৬ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৭ আগষ্টত পালন কৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰ তৰ হস্ততাঁতৰ বৈচিত্ৰ্যক অধিক জনপ্ৰিয় কৰিবলৈ আহ্বান জনাইছে। তেওঁ সামাজিক মাধ্যমত প্ৰিয় হস্ততাঁত সামগ্ৰীৰ ভিডিঅ’ (GRWM ভিডিঅ’সহ) শ্বেয়াৰ কৰিবলৈ আৰু #NationalHandloomDay হেচটেগ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ৰ জৰিয়তে বিভিন্ন ৰঙীন হস্ততাঁতৰ কাপোৰ আৰু স্কাৰ্ফ প্ৰদৰ্শন কৰি হস্ততাঁত শিল্পৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে। ১৯০৫ চনৰ স্বদেশী আন্দোলনৰ স্মৃতিত পালন কৰা এই দিৱসত হস্ততাঁত শিল্পীসকলৰ অৱদান আৰু ভাৰতীয় ঐতিহ্যক সন্মান জনোৱা হয়।


Tags

Post a Comment

0Comments

Post a Comment (0)