গুৱাহাটীত ষষ্ঠ সদৌ অসম পেৰা স্প’ৰ্টছ মীট...

Public Talks
0

 


গুৱাহাটীত ষষ্ঠ সদৌ অসম পেৰা স্প’ৰ্টছ মীট

 গুৱাহাটীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত ষষ্ঠ সদৌ অসম পেৰা স্প’ৰ্টছ মীট ২০২৬ অনুষ্ঠিত হৈছে। ১৭ আৰু ১৮ আগষ্টত অনুষ্ঠিত হোৱা এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পেৰা ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছে।

শাৰীৰিক প্ৰত্যাহ্বানক নেওচি প্ৰতিভা আৰু আত্মবিশ্বাসেৰে প্ৰতিযোগিতাত অংশ লোৱা ক্ৰীড়াবিদসকলে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ ২৪গৰাকী পেৰা ক্ৰীড়াবিদেও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)