নাও, ট্ৰেক্টৰ আৰু খোজেৰে তৃতীয় দিনাও উজনিৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

Public Talks
0

 




গুৱাহাটী, ৫ আগষ্ট: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তৃতীয় দিনাও নাও, ট্ৰেক্টৰ আৰু খোজেৰে উজনি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। এই সময়ছোৱাত তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰসংস্থাপন ব্যৱস্থাৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। লগতে সংশ্লিষ্ট জিলাৰ প্ৰশাসনক বানপীড়িত লোকসকলক সকলো ধৰণৰ সহায়-সহযোগিতা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

Tags

Post a Comment

0Comments

Post a Comment (0)