বানপীড়িতৰ লগতে অবলা জীৱৰো ভৰসা দীপলিনা ডেকা...

Public Talks
0

 


অসমৰ বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই বানপীড়িত পৰিয়ালসমূহৰ মাজত খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। কেৱল মানুহেই নহয়, অঞ্চলটোৰ ক্ষুধাৰ্ত পথকুকুৰসমূহকো নিজ হাতে খাদ্য খুৱাই মানৱীয়তাৰ এক অনন্য নিদৰ্শন দাঙি ধৰে। তেওঁৰ এই সহানুভূতিশীল পদক্ষেপে সামাজিক মাধ্যমত ব্যাপক প্ৰশংসা লাভ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)