উচ্চতম ন্যায়ালয়তো সকাহ নাপালে শ্যামকানু মহন্তই
নতুন দিল্লী: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়তো জামিন লাভ নকৰিলে। জামিনৰ আবেদন সন্দৰ্ভত শুনানিত শ্যামকানু মহন্তই আদালতৰ পৰা কোনো সকাহ নাপালে।
📌 জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জামিনৰ আবেদন
📌 উচ্চতম ন্যায়ালয়তো জামিন নাপালে শ্যামকানু মহন্তই
📌 গোচৰটোক লৈ আদালতত অব্যাহত শুনানি
