“অখিল গগৈয়ে কি কৰে কৰক” —মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ চৰ্চা

Public Talks
0


গুৱাহাটী:
বিধায়ক অখিল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে অখিল গগৈয়ে যি কৰে কৰক, সেই বিষয়ত মাত মাতিব নালাগে। সমষ্টিৰ ৰাইজক সহায় কৰিবলৈ তেওঁ চেষ্টা কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয়, “আমি ৰাজনীতি কৰিব নালাগে।” অখিল গগৈয়ে কষ্ট কৰিছে আৰু ৰাইজক সহায় কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)