সাহায্যৰ নামত ধন সংগ্ৰহ! ৭২জন ইউটিউবাৰৰ একাউণ্ট আৰক্ষীৰ নজৰত

Public Talks
0


গুৱাহাটী:
দেশৰ ৭২জন ইউটিউবাৰে সাহায্যৰ বাবে ধন সংগ্ৰহ কৰিছিল। এই ধন সংগ্ৰহৰ সৈতে জড়িত একাউণ্টসমূহ আৰক্ষীয়ে পৰীক্ষা কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “পুঁজি সংগ্ৰহ কৰি সহায় কৰিছে নে নাই, পৰীক্ষা কৰা হৈছে।” তেওঁ লগতে কয়, সকলো সময়তে গণ্ডগোল নহয়, বহুতে ভাল কামো কৰি আছে। ভাল কাম কৰা সকলোকে সন্মান জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য: “পইচা উঠোৱা একাউণ্টবোৰৰ আৰক্ষীয়ে পৰীক্ষা কৰিছে।”

Tags

Post a Comment

0Comments

Post a Comment (0)