আধাৰ কাৰ্ড প্ৰস্তুতৰ সময়সীমাক লৈ বিশেষ সিদ্ধান্ত...

Public Talks
0


গুৱাহাটী, ১২ আগষ্ট:
আধাৰ কাৰ্ড প্ৰস্তুতৰ সময়সীমাক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলৰ বাবে ৩১ মাৰ্চলৈ আধাৰ কাৰ্ড প্ৰস্তুতৰ সুযোগ প্ৰদান কৰা হ’ব।

আধাৰ কাৰ্ড প্ৰস্তুতৰ ক্ষেত্ৰত সময়সীমা বৃদ্ধি কৰাৰ এই সিদ্ধান্তই এতিয়াও আধাৰ কাৰ্ড নোহোৱা মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলক যথেষ্ট সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)