অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ

Public  talks
0
১১ আৰু ১২ অক্টোবৰত জিলাসমূহত অনুষ্ঠিত হ’ব অৰুণোদয় সভা। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয়, পথ যোগাযোগৰ ক্ষেত্ৰত কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমমালা আঁচনিৰ জৰিয়তে ১০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে খৰচ হ’ব ৩ হাজাৰ কোটি টকা।

Post a Comment

0Comments

Post a Comment (0)