বিবাহপাশত আবদ্ধ অনিৰুদ্ধ ৰবিচন্দৰ আৰু কাব্য মাৰান

Public Talks
0


দক্ষিণ ভাৰতীয় সংগীত জগতৰ জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰ আৰু কাব্য মাৰান বিবাহপাশত আবদ্ধ হৈছে। গ্ৰীচত অনুষ্ঠিত এই বিবাহৰ ছবি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পাছতে অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। বিবাহ অনুষ্ঠানত অভিনেতা ৰজনীকান্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ কথাও প্ৰকাশ পাইছে।

Post a Comment

0Comments

Post a Comment (0)