বক্স অফিচত ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ ধুমুহা

Public Talks
0


মুক্তিৰ প্ৰথম সপ্তাহতে বক্স অফিচত চমকপ্ৰদ সফলতা লাভ কৰিছে ৰণবীৰ কাপুৰ অভিনীত ছবি ‘ৰামায়ণ: ৰাইজ অৱ এ লিজেণ্ড’-এ। ১২ নৱেম্বৰত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ছবিখনে ভাৰতত ৫১১.১০ কোটি টকাৰ নেট উপাৰ্জন কৰাৰ বিপৰীতে বিশ্বজুৰি মুঠ উপাৰ্জন ৯৩৪.৫৫ কোটি টকাত উপনীত হৈছে। ছবিখনৰ এই সফলতাই চলচ্চিত্ৰপ্ৰেমীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।

Post a Comment

0Comments

Post a Comment (0)