ইৰানৰ সৈতে আলোচনাৰ সম্ভাৱনা নাকচ ট্ৰাম্পৰ

Public Talks
0


ইৰানৰ সৈতে নতুন চুক্তিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। ইৰানৰ সৈতে কূটনৈতিক আলোচনাৰ পৰিৱৰ্তে নৌ-অৱৰোধ আৰু অৰ্থনৈতিক হেঁচা অব্যাহত ৰখাৰ ইংগিত দিছে তেওঁ। এই সিদ্ধান্তই মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে।


Post a Comment

0Comments

Post a Comment (0)