ছয়দিন ধৰি সন্ধানহীন হৈ থকা কিশোৰক জীৱিত অৱস্থাত উদ্ধাৰ

Public Talks
0


 অষ্ট্ৰেলিয়াত ছয়দিন ধৰি সন্ধানহীন হৈ থকা ১৭ বছৰীয়া এগৰাকী কিশোৰক অৱশেষত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। দুৰ্গম বনাঞ্চলত সন্ধান অভিযান চলোৱাৰ পাছত উদ্ধাৰকাৰী দলে কিশোৰজনক বিচাৰি উলিয়াবলৈ সক্ষম হয়। ঘটনাটোৱে দেশখনত ব্যাপক চৰ্চা লাভ কৰিছে।

Post a Comment

0Comments

Post a Comment (0)