বলীউডৰ অভিনেতাসকলক লৈ কৰণ জোহৰৰ মন্তব্যক কেন্দ্ৰ কৰি চৰ্চা
Friday, November 13, 2026
0
বলীউডৰ পৰিচালক কৰণ জোহৰে অভিনেতাসকলৰ ভূমিকা সন্দৰ্ভত কৰা মন্তব্যই মনোৰঞ্জন জগতত চৰ্চা লাভ কৰিছে। তেওঁৰ মতে, বৰ্তমান বহু অভিনেতাই অভিনয়ৰ উপৰি ছবিৰ কাষ্টিং, ভিএফএক্সৰ বাজেট, ট্ৰেইলাৰ সম্পাদনা আৰু প্ৰচাৰৰ দৰে বিষয়তো অত্যধিক হস্তক্ষেপ কৰে। চলচ্চিত্ৰ নিৰ্মাণত সৃষ্টিশীলতাৰ পৰিৱৰ্তে একেধৰণৰ ধাৰা অনুসৰণ কৰাৰ প্ৰৱণতাকো সমালোচনা কৰে পৰিচালকগৰাকীয়ে।
Tags
