সাংবাদিক প্ৰফুল্ল কুমাৰ দাস: অসম-বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ জিনকাটা সত্ৰত প্ৰতিবছৰৰ দৰে এইবাৰো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত সাতদিনীয়া শঙ্কৰী নৃত্য, খোলবাদন আৰু বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হয়।
ধুবুৰীৰ জিনকাটা সত্ৰত শঙ্কৰী সংস্কৃতিৰ চৰ্চা, সাতদিনীয়া কৰ্মশালাত শতাধিকৰ অংশগ্ৰহণ...
Sunday, August 09, 2026
0

Tags