সূৰ্য অৱলোকনৰ বাবে প্ৰথম ভাৰতীয় মহাকাশ মিছন

Public  talks
0


১১.৫০ বজাত শ্ৰীহৰিকোটাৰ লঞ্চ পেডৰ পৰা PSLV-C57 ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব Aditya-L1।বিজ্ঞানীসকলৰ আশা, আদিত্য এল১ মিছনৰ পৰা মহাকাশত বতৰৰ গতিশীলতা, সূৰ্যৰ আটাইতকৈ বাহিৰৰ তৰপৰ তাপমাত্ৰা, সৌৰ ধুমুহা আৰু অতি বেঙুনীয়া ৰশ্মিৰ পৃথিৱী, বিশেষকৈ অজনৰ ওপৰত পৰা প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰিব পৰা যাব।

🛑Live : সূৰ্য অভিযান চাবলৈ ক্লিক কৰক


Post a Comment

0Comments

Post a Comment (0)