চীনত ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ঐতিহাসিক ত্ৰিপাক্ষিক বৈঠক

Public Talks
0


চীনৰ শ্বেনঝেনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত প্ৰথমখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পিছত তিনিওখন দেশে শান্তি, পাৰমাণৱিক বিপদ হ্ৰাস আৰু ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ ওপৰত যৌথ ঘোষণা প্ৰকাশ কৰে। অৱশ্যে ইউক্ৰেইন আৰু ইৰানৰ যুদ্ধৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সমাধানৰ কথা ঘোষণা কৰা হোৱা নাই।

Post a Comment

0Comments

Post a Comment (0)