ছিমন এছলীৰ সাজ-পোছাকত জিলিকিল দক্ষিণ ভাৰতীয় হস্ততাঁতশিল্প

Public Talks
0


৭৫০ ঘণ্টাৰ পৰিশ্ৰমেৰে প্ৰস্তুত কৰা কাঞ্জীভৰম পোছাকেৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ।

জনপ্ৰিয় ধাৰাবাহিক ‘ব্ৰিজাৰ্টন’ৰ অভিনেত্ৰী ছিমন এছলীয়ে ডিজাইনাৰ মনীষ মালহোত্ৰাৰ প্ৰস্তুত কৰা সোণালী কাঞ্জীভৰম লেহেংগা পৰিধান কৰি চৰ্চালৈ আহিছে। পোছাকটো প্ৰস্তুত কৰিবলৈ প্ৰায় ৭৫০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল বুলি প্ৰকাশ পাইছে। ইয়াৰ জৰিয়তে দক্ষিণ ভাৰতৰ পৰম্পৰাগত হস্ততাঁতশিল্পই আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশেষ পৰিচিতি লাভ কৰিছে।

Post a Comment

0Comments

Post a Comment (0)