ছেনেগালৰ উপকূলত প্ৰব্ৰজনকাৰী কঢ়িওৱা নাও ডুবি ২১জনৰ মৃত্যু

Public Talks
0


পশ্চিম আফ্ৰিকাৰ দেশ ছেনেগালৰ উত্তৰ-পশ্চিম উপকূলত প্ৰব্ৰজনকাৰী কঢ়িওৱা এখন নাও ডুব যোৱাৰ ফলত কমেও ২১জন লোকৰ মৃত্যু হৈছে। দেশখনৰ স্বৰাষ্ট্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটোৰ পিছত মাত্ৰ এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। সন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ইউৰোপলৈ যোৱাৰ উদ্দেশ্যে আটলাণ্টিক মহাসাগৰ পাৰ হ’বলৈ চেষ্টা কৰা প্ৰব্ৰজনকাৰীসকলৰ বাবে এই পথ অতি বিপজ্জনক বুলি বিবেচিত।

Post a Comment

0Comments

Post a Comment (0)